Double Decker Bus Majuli: মাজুলীত উপস্থিত লণ্ডনৰ আৰ্হিৰ দুমহলীয়া বাছ পুষ্কক। লণ্ডনৰ আৰ্হিত নিৰ্মিত এই বিশেষ বাছখনক লৈ পৰ্যটকৰ মাজত ব্যাপক চৰ্চা।
মাজুলীলৈ আহি গ’ল অত্যাধুনিক দুমহলীয়া বাছ (Double Decker Bus Majuli) । আগন্তুক ৰাস মহোৎসৱ উপলক্ষে পৰ্যটকৰ সুবিধাৰ্থে লণ্ডনৰ আৰ্হিৰে এই বিশেষ দুমহলীয়া বাছখন মাজুলীলৈ অনা হৈছে। বাছখনৰ নাম হৈছে পুষ্পক(Double Decker Bus Majuli) । উত্তৰ-পূব ভাৰতৰ প্ৰথমখন দুখলপীয়া পৰ্যটক বাছ হৈছে ‘পুষ্পক’ ।
এই বাছখন ১৪ ফুট ৬ ইঞ্চি উচ্চতা, ২৩ ফুট দৈৰ্ঘ্য আৰু ১০ ফুট বহল। পাঞ্জাবৰ পৰা মাজুলী পালেহী বাছখন।বাছত উঠিবলৈ সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীৰ সৈতে যোগাযোগ সহস্ৰাধিক পৰ্যটক। মাজুলীৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব বাছখন। দুমহলীয়া বাছ চাবলৈ ভিৰ কৰিছে ৰাইজে।(Double Decker Bus Majuli)
লগতে পঢ়ক: Zubeen Garg Car Sold: জন্মদিনৰ পাছতে বিক্ৰী কৰা হ’ল জুবিন গাৰ্গৰ হেঁপাহৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন
