Zubeen Garg Range Rover: জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৪ বন্ধুৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জুবিনৰ অতি মৰমৰ ৰেঞ্জ ৰ’ভাৰ গাড়ীখন ঘূৰাই অনাৰ পৰিকল্পনা বন্ধুকেইজনৰ।
ৰাজ্যবাসীৰ বাবে আহি গ’ল এটা ভাল খবৰ। জুবিন ক্ষেত্ৰত সংৰক্ষিত হ’ব প্ৰাণৰ শিল্পী গৰাকীৰ বিক্ৰী হোৱা ৰেঞ্জ ৰ’ভাৰ বাহনখন। (Zubeen Garg Range Rover)
জুবিন গাৰ্গৰ চাৰি বন্ধু ক্ৰমে সৌমিক দত্ত,মানস ভাগৱতী,পৱিত্ৰ ৰাভা আৰু বংকিম ৰায় মেধিৱে মিলি এই সিদ্ধান্ত লৈছে।(Zubeen Garg Range Rover)
যিকোনো মূল্যৰ বিনিময়ত সোণমণি দাসৰ পৰা ৪ বন্ধুৱে ঘূৰাই আনিব জুবিন গাৰ্গৰ মৰমৰ বাহনখন।বাহনখন আনি জুবিন ক্ষেত্ৰত সংৰক্ষণ কৰা হ’ব।(Zubeen Garg Range Rover)
লগতে পঢ়ক: Zubeen Garg Car Sold: জন্মদিনৰ পাছতে বিক্ৰী কৰা হ’ল জুবিন গাৰ্গৰ হেঁপাহৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন
