Voice of Eastern India

আৰক্ষীৰ গুলিত নিহত পত্নীহত্যাকাৰী ৰামানুজ গোস্বামী


পুনৰ গৰজি উঠিল আৰক্ষীৰ গুলী। ৰামনুজ গোস্বামীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক্সন। আৰক্ষীৰ গুলীত নিহত হ’ল ৰামানুজ গোস্বামী।

ৰামানুজ গোস্বামীক এনকাউন্টাৰ। আৰক্ষীৰ গুলীত নিহত ৰামানুজ। ৩ বজাত GMCH লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈচিল ৰামানুজক। কিন্তু নৰকাসুৰ পাহাৰৰ ওচৰতে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্ট কৰিছিল ৰামানুজ গোস্বামীয়ে।

সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে। ৭ দিন পূৰ্বে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল পত্নীহন্তা ৰামানুজ গোস্বামী। পত্নী ৰিয়াক হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল ৰামানুজ গোস্বামীয়ে।

লগতে পঢ়ক: “আমাৰ সম্পৰ্ক ৰাজনৈতিক মতভেদৰ উৰ্ধত”; ছিদ্দিক আহমেদৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ



Source link

Leave A Reply

Your email address will not be published.