Naba Kumar Doley MLA cum Chairman of Assam Legislative Assembly Permanent Committee Group ‘G’ chaired the meeting
ABKK Kamrupa, Dispur,16th July 2026 : অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী কমিটী (উন্নয়ন) গ্ৰুপ-‘জি’ৰ অন্তৰ্গত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, হস্ততাঁত, বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগ,আবকাৰী বিভাগ,মীন বিভাগ,পাৰ্বত্য অঞ্চল উন্নয়ণ বিভাগ, পৰ্যটন বিভাগ আৰু সীমান্ত সুৰক্ষা বিভাগৰ পৰ্যালোচনা সভাত অধ্যক্ষতা কৰে কমিটিৰ অধ্যক্ষ নৱ কুমাৰ দলেয়ে।
সভাত কমিটিৰ সদস্য তথা বিধায়কসকল ক্ৰমে ধৰ্মেশ্বৰ কোঁৱৰ, ডা° ৰাজদ্বীপ ৰয়, টংকেশ্বৰ ৰাভা, ৰাজু মেছ, প্ৰকাশ চন্দ্ৰ দাস, আমিনুল হক লস্কৰ, মহিবুৰ ৰহমান, মনেশ্বৰ ব্ৰহ্ম, মেহবুব মুক্তাৰ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গ উপস্থিত থাকে।


