Voice of Eastern India

Dr Naren Hazarika Senior Journalist Sahityik Pensioner Novelist

সাহিত্যিক পেঞ্চনাৰ-সাংবাদিক নৰেন হাজৰিকা

 

📌Senior Journalist, Sahityik Pensioner Dr Naren Hazarika, Chief Editor of Dainandin Barta newspaper

📌সাংবাদিক ড° নৰেন হাজৰিকা কেনে আছে?
📌অসম আন্দোলনৰ সময়ত অসমৰ পৰিস্থিতি কেনে আছিল?
📌কাৰ ভুলৰ বাবে ৮৫৫ জন শ্বহীদ হ’ল আৰু তাৰ পৰা অসমীয়াই কি পালে?
📌অসম গণ পৰিষদ (অগপ)ৰ সৃষ্টিৰ আঁৰত কি আছিল?
📌আলফাৰ জন্ম হোৱাৰ আগতেই সাংবাদিকতা কৰা নৰেন হাজৰিকাৰ মুখত অসমৰ অতীত বৰ্ণনা।
📌হোমেন বৰগোহাঞি, কনকসেন ডেকাতকৈও সাংবাদিকতাত জ্যেষ্ঠ নৰেন হাজৰিকা।
📌হীৰেণ ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ, ৰাধাগোবিন্দ বৰুৱা, প্ৰফুল্ল গোবিন্দ বৰুৱা, তীৰ্থনাথ হাজৰিকা, তিলক হাজৰিকা, ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা ইত্যাদিৰ সান্নিধ্যত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত কেনেকৈ জড়িত হৈ পৰিছিল নৰেন হাজৰিকা?
📌বৰ্তমান অসমৰ সংবাদ জগতত চৰকাৰৰ এজেন্ট হিচাপে এচাম সাংবাদিকে মন্ত্ৰী-বিধায়কৰ মুখপাত্ৰৰ দৰে আচৰণ কৰেনেকি?
📌 The Assam Tribune ৰ পৰা সাংবাদিকতা আৰম্ভ কৰি দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদকলৈ এক দীঘলীয়া পৰিক্ৰমাৰ বৰ্ণনা
📌 চৰকাৰী চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ বৃত্তিতে জীৱন উচৰ্গা কিয়?

সবিশেষ চাবলৈ পাব অসম লুতাদ চেনেলত সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিঙৰ চৰ্চা অনুষ্ঠানত।

 

Leave A Reply

Your email address will not be published.