Voice of Eastern India

Deendayal Upadhyay Mohabhijan at Tihu

সীমান্ত শেখৰৰ অংশগ্ৰহণ

 

পশ্চিম নলবাৰীত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান

এ.বি.কে.কে, নলবাৰী, ৪ জুলাই: ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম নলবাৰী মণ্ডলৰ উদ্যোগত চামতা ক্ৰীড়া সংঘৰ ষ্টেডিয়ামত অনুষ্ঠিত “পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান” কাৰ্যসূচীত উপস্থিত বিজেপি নেতা সীমান্ত শেখৰ ।

কাৰ্যসূচীটোৱে দলীয় আদৰ্শ, সাংগঠনিক শক্তি আৰু জনসেৱাৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক লৈ আলোচনা কৰা দেখা গ’ল। এই সুন্দৰ আয়োজনৰ সৈতে জড়িত সকলো কৰ্মকৰ্তা আৰু সংগঠকবৃন্দলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে সীমান্ত শেখৰে।

Leave A Reply

Your email address will not be published.