Voice of Eastern India

HSLC Exam 2027: মেট্ৰিকৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ!


HSLC Exam 2027: মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীয়ে কৰিলে নতুন ঘোষণা। জানক পৰীক্ষাৰ নতুন দিন আৰু সবিশেষ তথ্য।

HSLC Exam 2027: ৰাজ্যৰ লাখ লাখ মুছলমান শিক্ষাৰ্থীৰ বাবে আহিছে এটা ভালখবৰ।  মেট্ৰিকৰ ৯ মাৰ্চত হ’বলগীয়া পৰীক্ষাৰ দিন সলনি কৰা হৈছে(HSLC Exam 2027) ।

ঈদৰ দিনা নহয় মেট্ৰিক পৰীক্ষা। ৯ মাৰ্চত ইছলামধৰ্মী লোকসকলৰ ঈদ-উল-ফিটৰ।কিছুদিন পূৰ্বে প্ৰকাশ কৰা মেট্ৰিকৰ সময়সূচীত ঈদ-উল-ফিটৰৰ দিনা আছিল পৰীক্ষাৰ সূচী(HSLC Exam 2027) ।

এই বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল। এই প্ৰতিক্ৰিয়াৰ পাছতে   শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা কৰিছে। ঈদৰ দিনা নহয় মেট্ৰিক পৰীক্ষা। শীঘ্ৰে মেট্ৰিকৰ নতুন সূচী প্ৰকাশ কৰিবলৈও শিক্ষামন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছে (HSLC Exam 2027)।

লগতে পঢ়ক: Digital Development: অসমৰ ডিজিটেল জগতত নতুন অধ্যায়! এয়াৰটেলৰ সৈতে চৰকাৰৰ গুৰুত্বপূৰ্ণ চুক্তি



Source link

Leave A Reply

Your email address will not be published.