Voice of Eastern India

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত হাহাকাৰ – Time8


শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহপ্ৰকাশ স্থানীয় লোকৰ 

-নিশাই মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত হাহাকাৰ (Guwahati Fire)

-মুহূৰ্তেতে ভস্মীভূত হাতীগাঁৱৰ লখিমী নগৰৰ ত্ৰিশক্তি ভাণ্ডাৰ

-জুইত জাহ গ’ল কোটি কোটি টকাৰ সা-সামগ্ৰী

-পুৱতি নিশা প্ৰায় ৪.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ড

-শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহপ্ৰকাশ স্থানীয় লোকৰ 

-ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন

-ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতি

লগতে পঢ়ক: ভূমিস্খলনত একে পৰিয়ালৰে তিনিগৰাকীৰ সৈতে কৰুণ ঘটনা



Source link

Leave A Reply

Your email address will not be published.