Voice of Eastern India

ধাৰাষাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন 


ভূমিস্খলনত ক্ষতিগ্ৰস্ত অংশত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ

–হাইলাকান্দিত ভয়ংকৰ ভূমিস্খলন 

-ধাৰাসাৰ বৰষুণৰ ফলতেই জামিৰা–ভৈৰবী ৰে’ল পথত ভূমিস্খলন 

-ভূমিস্খলনত ক্ষতিগ্ৰস্ত অংশত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ (Hailakandi Landslide)

-ছাইৰাঙৰ পৰা আইজললৈ যাত্ৰা কৰা প্ৰায় ৯০০ গৰাকীকৈ যাত্ৰী আৱদ্ধ

-আৱদ্ধ যাত্ৰীক গন্তব্যস্থানলৈ যাবলৈ গাড়়ীৰ ব্যৱস্থা

-ৰেলপথ মেৰামতিৰ বাবে  প্ৰয়োজনীয় সামগ্ৰী আৰু কৰ্মচাৰী প্ৰেৰণ

-মেৰামতিৰ কামৰ অগ্ৰগতি অনুসৰি পৰৱৰ্তী সময়ত নিৰ্দেশনা যাৰি কৰিব ৰেল বিভাগে

-যাত্ৰীসকলক তাৎক্ষণিক সহায়ৰ বাবে কাৰ্যক্ষম বিশেষ হেল্পডেস্ক

-প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কাৰ্যক্ষম বিশেষ হেল্পডেস্ক

-মুকলি হেল্পলাইন নম্বৰ:

-বদৰপুৰঃ 03843-268424, 269548, 269546, 26954

-লামডিং: 03674-263858, 265958, 263831

লগতে পঢ়ক: মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত হাহাকাৰ



Source link

Leave A Reply

Your email address will not be published.