ভূপেন মহন্তৰ “ভাষা সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ” উন্মোচন
গুৱাহাটী প্ৰেছ ক্লাবত কবি সাহিত্যিক শিল্পী সাংবাদিকৰ সমাগম

📌‘আজিৰ দিনত জাতি সেৱা কৰিবলৈ সাহিত্য চৰ্চাই সৰ্বোত্তম – বিশিষ্ট সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰী
📌‘এগৰাকী সাংবাদিকে যেতিয়া কলম হাতত তুলি লয়, তেতিয়া প্ৰতিটো বিষয় গভীৰ হয় – বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ
📌আজিৰ দিনত ভাষা আৰু সংস্কৃতিৰ লগতে অৰ্থনৈতিক বিষয়টোৱেও গুৰুত্ব লাভ কৰিছে- ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা
📌নতুন প্ৰজন্মই কিতাপ পঢ়িবলৈ অভিভাৱকসকলে ঘৰুৱাভাৱে এক পৰিৱেশ দিব লাগিব- ‘দৈনন্দিন বাৰ্তা’ৰ সম্পাদক শংকৰ গোহাঞি
