ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ Assam News By admin On Jun 20, 2026 111 0 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ৬৮ সংখ্যক জন্মদিন। এই জন্মদিন উপলক্ষ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱন যাত্ৰাক স্থিতিস্থাপকতা, গণতন্ত্ৰ আৰু সৰ্বাংগীনতাৰ এক শক্তিশালী Source link