Voice of Eastern India

ৰাভা হাচঙৰ প্ৰতিনিধিৰে বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বতৰৰ ফলমূল উপহাৰ প্ৰদান টংকেশ্বৰ ৰাভা আৰু পৱিত্ৰ ৰাভাৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, দুধনৈ
১৫ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টি আৰু ১৩ নং পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়ন, প্ৰগতি আৰু জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ সংকল্পৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পবিত্ৰ ৰাভাই।

সাক্ষাৎকালত অঞ্চলটোৰ উন্নয়নমূলক বিষয়, জনস্বাৰ্থজড়িত বিভিন্ন প্ৰস্তাৱ আৰু ভৱিষ্যৎ উন্নয়নৰ দিশসমূহৰ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.