Voice of Eastern India

যোৰহাটৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ


অৱশেষত গ্ৰেপ্তাৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী। দুদিন ধৰি পলাতক আছিল আৰিয়ান গোস্বামী। আৰিয়ানৰ ফ্লেটতে নিশা মৃত্যু হৈছিল অন্বেষা শইকীয়াৰ।

অৱশেষত যোৰহাটৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ ৰঙাজানৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পৰা আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যোৰহাট আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত বৃহৎ আৰক্ষী দলৰ চলিছিল অভিযান

শনিবাৰে নিশা ফ্লেটত ৰহস্য জনকভাৱে উদ্ধাৰ হৈছিল অন্বেষা শইকীয়াৰ মৃতদেহ

ঘটনাৰ পাছতে পলাতক অৱস্থাত আছিল আৰিয়ান গোস্বামী আৰু ২ বান্ধৱী

পূৰ্বে দুই বান্ধৱীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে

এতিয়াও পলাতক আন এক অভিযুক্ত অংকিত দাস।

লগতে পঢ়ক: KBCৰ হটছিটত লাভলীনা, অমিতাভ বচ্চনৰ সন্মুখত অসম কন্যা



Source link

Leave A Reply

Your email address will not be published.