মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজহ চক্ৰ সন্দৰ্ভত পৰ্যালোচনা
বিভিন্ন বিভাগৰ মুৰব্বীৰে বৈঠক
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ ৰাজহ চক্ৰসমূহৰ পুনৰ্গঠনৰ অগ্ৰগতি পৰ্যালোচনা কৰি এই প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পন্ন কৰাৰ বাবে বিষয়াসকলৰ উপস্থিতিত এক বৈঠকত অধ্যক্ষতা কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে প্ৰশাসনিক কাৰ্যক্ষমতা বৃদ্ধি, ভূমি সম্পৰ্কীয় সেৱা অধিক দ্ৰুত, স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে পুনৰ্গঠন প্ৰক্ৰিয়া সময়সীমাৰ ভিতৰত ৰূপায়ণৰ বাবে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে।
CM Dr. Himanta Biswa Sarma today reviewed the proposed reorganisation of Revenue Circles to improve administrative efficiency and citizen service delivery.
CM directed officials to expedite the process through time-bound creation of required posts and reviewed measures to strengthen the land revenue collection system.

