চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা
–চৰাইদেউত বিধ্বংসী বানত শোকাৱহ ঘটনা
-একে পৰিয়ালৰ ৪ সদস্য নিখোঁজ
-নিশা হঠাৎ অহা বানে উটুৱাই নিয়ে পৰিয়ালটোক
-লাকুৱা অভয়পুৰীয়া গাঁৱৰ ৰোহিনী দুৱৰাৰ পৰিয়ালটো সন্ধানহীন
-নিশা ভয়াৱহ বান অহাত ওখ ঠাইত আশ্ৰয় লৈছিল
-কিন্তু হঠাৎ অহা প্ৰলয়ংকৰী সোঁতে ৰোহিনী দুৱৰাৰ পত্নী টুটুমনি দুৱৰা আৰু কন্যা বিদিশা দুৱৰাক উটুৱাই নিয়ে
-দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাকো উটুৱাই নিয়ে বানে
-বৰ্তমানেও উদ্ধাৰ হোৱা নাই পৰিয়ালটোৰ এজনো সদস্য
লগতে পঢ়ক : সেনাৰ ‘অপাৰেচন জল ৰাহাত’ৰ জৰিয়তে শতাধিক বানাক্ৰান্তক উদ্ধাৰ
