Voice of Eastern India

প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলে পাব উপযুক্ত সাহাৰ্য


বানত ক্ষতিগ্ৰস্তসকলে পাব উপযুক্ত সাহাৰ্য । -কাইলৈৰ পৰা বন্যাৰ্তৰ ক্ষয়-ক্ষতিৰ বাবে চলিব জৰীপ ।

-প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকলে পাব উপযুক্ত সাহাৰ্য

-কাইলৈৰ পৰা বন্যাৰ্তৰ ক্ষয়-ক্ষতিৰ বাবে চলিব জৰীপ

চৰাইদেউ জিলা উপায়ুক্ত নেহা যাদৱৰ আহ্বান

-ভয়ংকৰ বানত যিমান ক্ষতি হৈছে সকলো জৰীপ কৰা হ’ব

-বানত আক্ৰান্ত হোৱা গাঁওসমূহৰ ক্ষয়-ক্ষতিৰ জৰীপ কৰাৰ বাবে একোটালৈ দল সাজু কৰা হৈছে

-প্ৰতিখন গাঁৱলৈ যাব এই জৰীপ কৰা দল

-ঘৰ-দুৱাৰৰ ক্ষতি, ফিচাৰীৰ ক্ষতি, পশুধনৰ ক্ষতি আদি সকলো বুজ ল’ব এই দলটোৱে

-কি কি ক্ষতি হৈছে, কিমান টকা, সা-সম্পত্তি হৈছে সকলো শুদ্ধ তথ্য এই দলক দাখিল কৰিব

লগতে পঢ়ক : বান পৰিস্থিতিৰ বুজ ল’বলৈ শিৱসাগৰত কেন্দ্ৰীয় প্ৰতিনিধি দল



Source link

Leave A Reply

Your email address will not be published.