Voice of Eastern India

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰাম পদ জামাতিয়া আৰু অসমৰ অধ্যক্ষ ৰণজিত কুমাৰ দাস

অসম-ত্ৰিপুৰাৰ সৌজন্যমূলক বাৰ্তালাপ

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত ৰামপদ জামাতিয়া (Sri Ram Pada Jamatia)ই আজি অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যালয়ত বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত ৰণজিৎ কুমাৰ দাসক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰি মত-বিনিময় কৰে ।

অসম আৰু ত্ৰিপুৰাৰ মাজত সৌজন্যমূলক বাৰ্তালাপ দেখা গ’ল।

Leave A Reply

Your email address will not be published.