Voice of Eastern India

জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ আলোচনা চক্ৰ সম্পন্ন

মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ

 

জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আলোচনা চক্ৰ সম্পন্ন

ABKK Kamarupa, Guwahati : জনজাতীয় সমাজৰ বিশিষ্ট ব্যক্তি তথা সুধীসমাজৰ সৈতে মত বিনিময়।

খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মূল শিপাডাল জীয়াই ৰখাটো সকলোৰে দায়িত্ব।

খিলঞ্জীয়া সমাজৰ চহকী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সকলোৱে কাম কৰি যাব লাগিব।

অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি পৰিক্ৰমা বিভাগ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়বদ্ধতাৰে কাম কৰিব লাগিব।

এই আলোচনা চক্ৰত খিলঞ্জীয়া পৰিচয় শক্তিশালী কৰাৰ ব্যৱহাৰিক তথা অভিনৱ পদক্ষেপ আৰু নতুন প্ৰজন্মক নিজৰ পূৰ্বপুৰুষৰ ঐতিহ্যৰ সৈতে ধৰি ৰাখিব লাগিব ।

২৭ টা জনজাতি সংগঠনৰ পৰা ৩০০ তকৈও অধিক প্ৰতিনিধিয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে গুৱাহাটী শিল্পগ্ৰামত।

Leave A Reply

Your email address will not be published.