Voice of Eastern India

চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ’ল ভাল খবৰ


চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে আহিছে সুখবৰ

-ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ ঘৰ

-নতুনকৈ ৩.৮ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ (PMAY houses Assam)

-PMAYৰ অধীনত ৩.৮ লাখ গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ

-ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ’ব ৫০০০ কোটি টকা

-বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAYৰ ঘৰৰ অনুমোদন

-চাহ বাগিচাৰ গৃহহীন লোকৰ বাবেও ভাল খবৰ (tea garden housing Assam)

-চাহ বাগিচা অঞ্চলৰ গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায়

-কৃষি খণ্ডৰ উন্নয়নৰ বাবে ১৩৯ কোটি টকাৰ অনুদান কেন্দ্ৰৰ

-কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন

-সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়ক: বানপীড়িত ৪ জিলাবাসীৰ বাবে ডাঙৰ খবৰ





Source link

Leave A Reply

Your email address will not be published.