Voice of Eastern India

কৃত্ৰিম বানত ডুবিছে যোৰাবাট – Time8


বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

-ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ

-বানত ডুবিছে খানাপাৰা, যোৰাবাট

-ঘাইপথত তীব্ৰ যান-জঁট (Guwahati artificial flood)

-ঘন্টা-ঘন্টা ধৰি আৱদ্ধ শ শ বাহন

-খানাপাৰাৰ পৰা বাহনৰ দীঘলীয়া শাৰী (Khanapara flood)

-অত্যন্ত প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব

-নিশালৈ আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ আশংকা

-নেৰানেপেৰা বৰষুণত সৃষ্টি হৈছে কৃত্ৰিম বান

-ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ শ শ বাহন

-তীব্ৰ যান-জঁটত হাহাকাৰ পৰিস্থিতি

-ৰাজপথত একাঁঠু পৰ্যন্ত পানী

-ব্যাহত জনজীৱন, যাতায়াত ব্যৱস্থা

-কৃত্ৰিম বানত স্তব্ধ যান-বাহনৰ চলাচল

লগতে পঢ়ক: সাময়িকভাৱে স্থগিত যোৰাবাটৰ প্ৰতিবাদ



Source link

Leave A Reply

Your email address will not be published.