Voice of Eastern India

কৃতি শিক্ষক বঁটা প্ৰাপক কণ্ঠশিল্পী অমিয় কুমাৰ চিৰাঙক অভিনন্দন

পাঠৰিচুক গাওঁ উন্নয়ন সমিতিৰ বিশেষ সম্বৰ্ধনা

Felicitation to Patharichuk LP School teacher Amiya Kumar Chirang Majuli, on the auspicious occasion of Happy Teachers day 2026 September 5th.

ABKK Kamarupa, Majuli, 7th September 2026: পাথৰিচুক গাঁও উন্নয়ন সমিতিৰ উদ্যোগত
কৃতী শিক্ষক বঁটা প্ৰাপক অমিয় কুমাৰ চিৰাঙক অভিনন্দন

এবিকেকে কামৰূপ, মাজুলী, ৭ চেপ্তেম্বৰ ২০২৬: মাজুলী জিলালৈ শিক্ষা খণ্ডৰ জৰিয়তে গৌৰৱ কঢ়িয়াই অনা শিক্ষক দিৱস উপলক্ষে কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক শৈলেন্দ্ৰ চিন্তে আৰু শিক্ষক কণ্ঠশিল্পী অমিয় কুমাৰ চিৰাঙক উষ্ম অভিনন্দন জনাইছে লোহিত খাবলু অঞ্চলৰ পাঠৰিচুক গাঁও উন্নয়ন সমিতিৰ বিষয় ববীয়াই।

পাঠৰিচুক গাঁও উন্নয়ন সমিতিৰ সভাপতি বিজয় পায়েং, সাধাৰণ সম্পাদক কৃষ্ণ পায়েং, শিক্ষা সম্পাদক চক্ৰধৰ পায়েং, পাথৰিচুক প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জিত পায়েং আৰু অঞ্চলটোৰ অভিভাৱক-ৰাইজৰ উপস্থিতিত এইবাৰৰ কৃতী শিক্ষক বঁটা প্ৰাপক শিল্পী অমিয় কুমাৰ চিৰাঙক বিপুল সম্বৰ্ধনা জনোৱা দেখা গ’ল।

 

 

Leave A Reply

Your email address will not be published.