উজনিৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ Assam News By admin On Jul 25, 2026 47 0 শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত হোৱা ভয়ংকৰ বানপানীৰ সন্দৰ্ভত শনিবাৰে (২৫ জুলাই) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন যোগে বাৰ্তালাপ কৰে। প্ৰলয়ংকাৰী বানৰ ফলত স্তব্ধ হৈ পৰিছে উজনি অসম। শনিবাৰে কেন্দ্ৰ চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে অসমলৈ আহি বান পৰিস্থিতিৰ বুজ ল’ব। তাৰ Source link