Browsing Category
Assam News
বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ এক্সন মুডত ৰাজ্য চৰকাৰ
বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে পুনৰ গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ । বনভূমি বেদখল কৰাৰ বাবে চৰকাৰে চলাব বৃহৎ উচ্ছেদ…
উজনিৰ ৪ জিলাত ভয়াৱহ বান পৰিস্থিতি, মুকলি হেল্পলাইন নম্বৰ
দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে জৰুৰী হেল্পলাইন নম্বৰ
-উজনি অসমৰ ৪ জিলাত ভয়াৱহ হৈ পৰিছে বান…
অসমত বানৰ ভয়াৱহ ৰূপ: ১২ খন জিলা প্লাবিত, ক্ৰমাৎ ওফন্দিছে ব্ৰহ্মপুত্ৰ-দিখৌৰ বুকু
অসমৰ কেইবাখনো জিলাত জল প্ৰলয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বানৰ কবলত ৰাজ্যৰ ১২ খনকৈ জিলা ।
ৰাজ্যৰ…
ৰে’লে যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা
অসমত বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।…
উজনি অসমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ; স্তব্ধ হৈ পৰিল উজনিৰ ৰে’ল যাতায়াত
ধাৰাসাৰ বৰষুণৰ ফলত উজনি অসমত বানে এক সংহাৰি ৰূপ ধাৰণ কৰিছে। স্তব্ধ হৈ পৰিছে উজনিৰ সমগ্ৰ ৰে’ল যাতায়াত।…
সেনাৰ ‘অপাৰেচন জল ৰাহাট’ আৰম্ভ
সমগ্ৰ উজনি অসমত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে ভাৰতীয় সেনাই ‘অপাৰেচন জল ৰাহাট’ অভিযান…
উজনিত বানৰ কালৰূপঃ শিৱসাগৰ-যোৰহাট-চৰাইদেউত হাহাকাৰ!
নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ তিনিখন জিলাত অৱনতি ঘটিছে বান পৰিস্থিতিৰ । শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত…
নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বানৰ আশংকাঃ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী
বৰষুণৰ ফলত যোৰহাটত বৃদ্ধি পাইছে বানৰ আশংকা । নৈ-পৰীয়া ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান ।…
কুমাৰ ভাস্কৰ বৰ্মা সেতুত জন্মদিন উদযাপন: পুনৰ গ্ৰেপ্তাৰ গুৱাহাটীৰ দম্পতী
কুমাৰ ভাস্কৰ বৰ্মা দলঙত জন্মদিন উদযাপন উদযাপন কৰি বিপদত দম্পতী
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা…
দিল্লীত অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৭ত অস চৰকাৰে নিৰ্মাণ কৰিব লগা অসম ভৱন আৰু প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰৰ স্থান…
