Voice of Eastern India

অসম বিধানসভাত লাইফজেকেট পিন্ধি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিবাদ

কৃত্ৰিম বানপানী প্ৰতিৰোধী আন্দোলনৰ উকমুকনি অসমত

শিৱসাগৰ নগৰৰ কৃত্ৰিম বানপানী সমস্যাৰ লগতে গুৱাহাটী মহানগৰৰ বানপানী সমস্যা সন্দৰ্ভত আজি বিধানসভা চৌহদত লাইফ জেকেট পৰিধান কৰি প্ৰতীকী প্ৰতিবাদ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলৰ দ্বিতীয়জন বিধায়ক মেহবুব মোক্তাৰৰ। Smart City Guwahati ৰ ৰাজহুৱা পুঁজি কাৰ পকেটত সোমাইছে? কৃত্ৰিম বানপানী প্ৰতিৰোধত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ চুড়ান্ত বিফল হোৱা বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা বুলি কটাক্ষ বিধায়ক অখিল গগৈৰ।

আজি এনেদৰেই ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ কৰি অসম বিধানসভাৰ অধিৱেশনত প্ৰৱেশ কৰে বিধায়ক দুগৰাকীয়ে!

Leave A Reply

Your email address will not be published.