‘২০২৫ চনৰ পৰা অসমত ৬২ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা Assam News By admin On Jun 26, 2026 48 0 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুৱা চিকিৎসক সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে বিগত বছৰৰ পৰা ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ২৬ জুনত ৰোগীক সুৰক্ষা প্ৰদান আৰু স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰাৰ Source link