মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে ৰাজ্যখনৰ মূলধনী ব্যয়ৰ দ্ৰুত বৃদ্ধিৰ কথা উল্লেখ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৬ জুনত ৰাজ্যখনৰ মূলধনী ব্যয়ৰ দ্ৰুত বৃদ্ধিৰ কথা আলোকপাত কৰি কয় যে, বাৰ্ষিক মূলধনী ব্যয় ২০১৪-১৫ চনত ২০০০ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ২৬,০০০
