ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক Assam News By admin On Jun 18, 2026 64 0 অসমৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন আৰু সকলো স্তৰতে শিক্ষণৰ মানদণ্ড উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগৰ অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন Source link