Voice of Eastern India

অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

দিলিপ শইকীয়া, ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ABKK Kamarupa, Guwahati, 11 September 2026: দেশৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোডীৰ সেৱা-সমর্পণ-সুশাসন যাত্ৰাৰ গৌৰৱোজ্জ্বল পৰিক্ৰমাৰ ২৫ বছৰীয়া পূৰ্তি উপলক্ষত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ‘সেৱা সংকল্প অভিযান’ৰ সফল ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আয়োজিত প্ৰস্তুতি সভা অনুষ্ঠিত হয়।

সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত হৰিশ দ্বিবেদী, অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত জি আৰ ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন প্ৰমুখ্যে বিজেপিৰ সাংসদ, বিধায়ক তথা দলীয় নেতৃবৰ্গ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.