Voice of Eastern India

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা


৫ লোকসভা সমষ্টিৰ উ-নিৰ্বাচনৰ দিন ঘোষণা

ঘোষণা কৰা হল নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। ৬ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৯ অক্টোবৰত হ’ব ভোট গণনা (Nagaon by election 2026)।

১৬ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ১৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হব আৰু ১৯ ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

লগতে দেশৰ আন ৪ টা লোকসভা সমষ্টিৰো উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। নগাঁও লোকসভা সমষ্টিৰ লগতে এইকেইটা সমষ্টিতো ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা হ’ব ৯ অক্টোবৰত।

লগতে পঢ়ক: জাগীৰোড, মৰিগাঁও সমষ্টিত খহিছে কংগ্ৰেছৰ ভেঁটি



Source link

Leave A Reply

Your email address will not be published.