১০ ছেপ্টেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা
-কাইলৈৰ পৰা ১১ দিনলৈ কৰ্তন কৰা হ’ব বিদ্যুৎ
-১০ ছেপ্টেম্বৰ পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা (Power Cut Assam)
-পুৱা ৫ বজাৰ পৰা ৭.৩০ বজালৈ কৰ্তন কৰা হ’ব বিদ্যুৎ
-কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ?
–অভয়াপুৰীৰ চলন্তাপাৰা, কাবাইটাৰী, বৰজানা, মালেগঢ়,
-যোগীঘোপা, খৰাগাঁৱত নাথাকিব বিদ্যুৎ

-বিদ্যুৎ লাইন সংযোগৰ কামৰ বাবে ব্যাহত হ’ব বিদ্যুৎ যোগান
-বিদ্যুৎ বিভাগৰ জৰুৰী জাননী
