বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ আহি অকাল মৃত্যু! যোৰহাটত ৩ যুৱকৰ সলিল সমাধি
-গা ধুবলৈ গৈ একেলগে ৩ যুৱকৰ শোকাৱহ ঘটনা
-হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল (Jorhat News)
–যোৰহাট চিনামৰা হাটীগড় বাগানত ৰাজ্য কঁপাই যোৱা ঘটনা
-১২ জনীয়া এটা দলে বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ আহিছিল
-পাৰ্টী কৰি গা ধুবলৈ নামিছিল ৯জন যুৱক

-গা ধোৱাৰ পিছতেই ৩জন যুৱক উঠি নহাত হাহাকাৰ লাগে (Assam Breaking News)
-টোকোলাই কুৰকানী ১২ নম্বাৰ পুলত গা ধুবলৈ আহিছিল যুৱককেইজন
-SDRF-এ অভিযান চলাই উদ্ধাৰ কৰে দুই যুৱকৰ মৃতদেহ
লগতে পঢ়ক: নেপালত সন্ধানহীন অসমৰ দুই যুৱক
