Voice of Eastern India

কোচিং ইনষ্টিটিউটসমূহক লৈ আহি গ’ল ডাঙৰ খবৰ


কেবিনেট বৈঠকত ৰাজ্যৰ কোচিং ইনষ্টিটিউটসমূহক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

-কোচিং ইনষ্টিটিউটসমূহক লৈ আহি গ’ল ডাঙৰ আইন

-দ্যা আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰ’ল এণ্ড ষ্টুডেন্ট মেন্টেল হেলথ ছেভগাৰ্ড-২০২৬ আইন প্ৰণয়ন (Assam Private Coaching Institute Act)

-এই আইনৰ অধীনত ৫০তকৈ কোনো ইনষ্টিটিউটত বেছি শিক্ষাৰ্থী থাকিলে চৰকাৰীভাৱে বাধ্যতামূলক পঞ্জীয়ন কৰিব লাগিব

-দ্বিতীয়তে এই ইনষ্টিটিউটৰ বিল্ডিং কেনেকুৱা, চাইক’ল’জিষ্ট নিযুক্তি (Assam Coaching Centre Rules)

-মেন্টেল হেল্থ কাউন্সিলৰ থাকিব লাগিব

-অট্টালিকাৰ খিৰিকী, চিলিং ফেন আদি সংস্থাপনৰ ওপৰতো গুৰুত্ব দিব লাগিব

-কোচিং ইনষ্টিটিউটে ল’বলগীয়া বিভিন্ন ব্যৱস্থাসমূহক লৈ কেবিনেটে আনিছে এই ডাঙৰ আইন

-কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

লগতে পঢ়ক : সলনি নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাঃ মন্ত্ৰী পীযুষ হাজৰীকা



Source link

Leave A Reply

Your email address will not be published.