Voice of Eastern India

জলমগ্ন যোৰাবাট; ব্যাহত উজনি-নামনিৰ যাতায়াত


এজাক মুষলধাৰ বৰষুণ আৰু তাৰ পিছতেই জলমগ্ন হৈ পৰে যোৰবাট।

পুনৰ এজাক মুষলধাৰ বৰষুণৰ পিছতেই বুৰিল যোৰাবাট। সোমবাৰে দুপৰিয়া অহা এজাপ বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰে যোৰাবাট। যাৰ ফলত ব্যাহত হৈ পৰে উজনি-নামনিৰ যাতায়াত।

মুষলধাৰ বৰষুণৰ ফলত ন মাইল, ১০ মাইলত কৃত্ৰিম বানপানী।৬ নং, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। যোৰাবাটত কৃত্ৰিম বানপানীৰ পিছতেই যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে।

লগতে পঢ়ক: ৪ জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য  চৰকাৰৰ



Source link

Leave A Reply

Your email address will not be published.