অৰুণাচলত হৈ থকা হৈ থকা বৰষুণৰ বাবেই ভয়াৱহ বান পৰিস্থিতি
-৪ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্য হ’ব মুষলধাৰ বৰষুণ
-ভয়াৱহ বান পৰিস্থিতিৰ আশংকা
-জাৰি কৰা হৈছে ইয়েল্লো এলাৰ্ট (Assam Rain Alert)
-অৰুণাচল, মেঘালয়ত জাৰি অৰেঞ্জ এলাৰ্ট
-অৰুণাচলত হৈ থকা হৈ থকা বৰষুণৰ বাবেই ভয়াৱহ বান পৰিস্থিতি
-উত্তৰ অসমত ছত্ৰং নৈৰ বানে লৈছে ভয়াৱহ ৰূপ
-নগালেণ্ডতো কেইবাদিনো ধৰি হৈ আছে মুষলধাৰ বৰষুণ (Assam Flood Alert)
-উজনিৰ পৰা নামনিলৈ সকলো জিলাতে জাৰি এলাৰ্ট
-আগন্তুক ৩ ঘন্টাত ৪ জিলাতো কালৰূপ ধাৰণ কৰিব বতৰে
-বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰেৰণ কৰিছে জৰুৰী এলাৰ্ট
-কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী আৰু গোৱালপাৰা জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা
-জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব
-গহপুৰতো নিশা অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি (Chatrang River Flood)
-ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী, হাহাকাৰ অৱস্থা
-যিকোনো মুহূৰ্তত উত্তৰ অসমৰ সৈতে যোগাযোগক বিচ্ছিন্ন হোৱাৰ আশংকা
-নিশা অধিক বৃদ্ধি পাইছে জলস্তৰ
-পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা
লগতে পঢ়ক: ক্ষেত্ৰীৰ দুৰ্ঘটনাস্থলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
