Voice of Eastern India

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল দোকান


মহানগৰীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। সম্পূৰ্ণৰূপে ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান।

<a href="http://<iframe src="https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Ftime8news%2Fposts%2Fpfbid023Zqyd1fpQjooN7F1o6A7fYUkqmubZWhsCu2denih4uyetAk2QY3vBVFmDbArFFSGl&show_text=true&width=500" width="500" height="609" style="border:none;overflow:hidden" scrolling="no" frameborder="0" allowfullscreen="true" allow="autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share">মহানগৰীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। সম্পূৰ্ণৰূপে ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান। চিটী ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ পিছতে ফুটিল চিলিণ্ডাৰ সমীপৰ ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই সম্প্ৰসাৰণ।মুহূৰ্ততে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল বৰ্তমানে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।

লগতে পঢ়ক: ‘ঘনকান্ত গগৈক আৰক্ষীয়ে মৰা নাই,এনকাউণ্টাৰ হে কৰিছে’; মুখ্যমন্ত্ৰী



Source link

Leave A Reply

Your email address will not be published.