সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি অকলেই পল্টনবজাৰ থানাত উপস্থিত ঘাতক ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ।
পল্টনবজাৰ আৰক্ষী থানাত উপস্থিত হোটেল বিলাস ইন কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ। তদন্তৰ সহায় হোৱাকৈ ঘনকান্তৰ নথি-পত্ৰ, বাহনৰ চাবি বিচাৰি জোনমণি গগৈক তলব।
সম্পূৰ্ণ মৌনতা অৱলম্বন কৰি অকলেই পল্টনবজাৰ থানাত উপস্থিত জোনমণি গগৈ। হাতত ফাইল লৈ মুখত মাস্ক পিন্ধি থানাত হাজিৰ ঘনকান্তৰ পত্নী।
লগতে পঢ়ক: পুৱাই আত্মসমৰ্পণ ঘাতক ঘনকান্তৰ পত্নীৰ
