Voice of Eastern India

পুৱাই ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ


অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ঘাতক ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ।

ধেমাজিৰ চিচিবৰ থানাত আত্মসমৰ্পণ ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈ। ঘটনাৰ পিছতে ডিব্ৰুগড়ত আত্মগোপন কৰি আছিল পত্নী-সন্তান।

৫ টাকৈ হত্যাকাণ্ডৰ পিছত ঘনকান্তই অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰিছিল পত্নী-কন্যাক।জোনমণিক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।

এই অভিযানৰ মাজতে শুত্ৰুবাৰে নিশা ব্যক্তিগত বাহনযোগে ধেমাজিলৈ  গৈছিল জোনমণি গগৈয়ে। জোনমণি গগৈৰ লগত আছে অধিবক্তা।  

লগতে পঢ়ক: Guwahati Bilas Inn murder case: ঘাতক ঘনকান্তক লগত লৈ সৌকুছিৰ ভাড়াঘৰত আৰক্ষী অভিযান



Source link

Leave A Reply

Your email address will not be published.