জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক
-দিনৰ ২ বজাত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
-বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে
-সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব চৰকাৰে
-জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক
-ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰিত হ’ব উচ্চস্তৰীয় বৈঠক
-সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে
-ভিডিঅ’ কনফাৰেঞ্চত উপস্থিত থাকিব জিলা আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকল
-ছ’চিয়েল মিডিয়াযোগে গুৰুত্বপূৰ্ণ বৈঠকৰ তথ্য প্ৰকাশ
-ফে’চবুক আৰু এক্স হেণ্ডেলত পোনপটীয়া সম্প্ৰচাৰ
-জটিল বান পৰিস্থিতিৰ মুখামুখি হ’বলৈ চৰকাৰৰ বিশেষ তৎপৰতা
লগতে পঢ়ক : বান বিভীষিকাঃ ৪৭ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ৬.৫৩ লাখ লোক প্ৰভাৱিত
