শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ
-গ্ৰেপ্তাৰ হ’ব নেকি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা?
-শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ
-লাহৰীঘাট থানাত এজাহাৰ দাখিল শৃংখল চলিহাৰ বিৰুদ্ধে (Srinkhal Chaliha)

-ধুবুৰী জিলাক “মিনি বাংলাদেশ” বুলি আখ্য দিয়া মন্তব্য মানি নলয় মুছলিম ছাত্ৰ সন্থাই
-শীঘ্ৰে শৃংখল চলিহাক ক্ষমা খুজিবলৈয়ো দাবী ছাত্ৰ সংগঠনটোৰ
-ধুবুৰীত বাংলাদেশী দেখুৱাই দিলে খেদি পঠিয়াব বুলি মন্তব্য মুছাৰ
লগতে পঢ়কঃ অসম ৰেজিমেণ্টৰ ৱাৰ মেম’ৰিয়েলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
