Voice of Eastern India

অসম-মেঘালয়ৰ সংঘাতক লৈ অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক


তিনিটা দিনে চলি থকা অসম-মেঘালয় সংঘাতৰ মাজতে আজি ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

অসম-মেঘালয়ৰ সংঘাতক লৈ কইনাধৰাত বৈঠক অনুষ্ঠিত হ’ব।

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত হ’ব গুৰুত্বপূৰ্ণ বৈঠক।

দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক।

বৈঠকৰ উপস্থিত থাকিব সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা  আৰু মেঘালয় চৰকাৰৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ।  

লগতে পঢ়ক: অসম আৰক্ষীৰ এনকাউণ্টাৰ; কুখ্যাত ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা



Source link

Leave A Reply

Your email address will not be published.