Guwahati Firing Incident: মহানগৰীৰ উলুবাৰীত ভয়ংকৰ গুলীচালনা, ৫জনৰ মৃত্যুৰ আশংকা।
–মহানগৰীৰ উলুবাৰীত ভয়ংকৰ ঘটনা
-উলুবাৰীত হোটেল বিলাস ইনত ভয়ংকৰ কাণ্ড
-ফুট গধূলিতে দুবৃত্তৰ নিৰ্বিচাৰ গুলিচালনা
-এই ভয়ংকৰ ঘটনাত ৫ জনৰ লোকৰ মৃত্যুৰ আশংকা
-ঘটনাস্থলীত উপস্থিত মহানগৰীৰ কেইবাখনো থানাৰ আৰক্ষী
-অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে
লগতে পঢ়ক: Zubeen Garg death case: কাৰাগাৰৰ পৰা ওলাই প্ৰথম শুনানিত সন্দীপন গাৰ্গ, আদালতত হাজিৰ অমৃতপ্ৰভাও
