Voice of Eastern India

ভাৰত-বাংলাদেশ সীমান্তৰ ন’মেনছ লেণ্ডত সন্ধানহীন ভাৰতীয় নাগৰিক


অপৰাধমূলক কাম-কাজৰ অভিযোগত লোকজনক বাংলাদেশৰ জেললৈ প্ৰেৰণ কৰাৰ খবৰ

–শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰ ন’মেনছ লেণ্ডত সন্ধানহীন ভাৰতীয় নাগৰিক

-বলাই নমঃশূদ্ৰ নামৰ লোকজনক বিচাৰি পৰিয়ালত হাহাকাৰ (Assam Bangladesh Border)

-মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ পৰে গোবিন্দপুৰ গাঁৱৰ লোকজন

-লোকজনক নিশা ভাৰতীয় চোৰাং কাৰবাৰী হিচাপে আটক কৰে বাংলাদেশৰ বিজিবিয়ে

-অপৰাধমূলক কাম-কাজৰ অভিযোগত লোকজনক বাংলাদেশৰ জেললৈ প্ৰেৰণ কৰাৰ খবৰ

-২৮ আগষ্টত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ পৰিছিল লোকজন

-শ্ৰীভূমি সদৰ থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে

-সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আৰক্ষীৰ

লগতে পঢ়ক: সোমবাৰে অসম পাবহি নেপালত উদ্ধাৰ হোৱা ৮ অসমীয়াঃ মুখ্যমন্ত্ৰী



Source link

Leave A Reply

Your email address will not be published.