পুত্ৰৰ নশ্বৰদেহ দেখি কান্দোনত ভাগি পৰিল ঘাতক ঘনকান্ত গগৈৰ মাতৃ। পুত্ৰৰ মৃত্যুৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ কৰিলে আহ্বান।
জয়পুৰৰ লেবাংকুলাৰ বাসগৃহ পালেগৈ ঘনকান্ত গগৈৰ নশ্বৰদেহ।মৃতদেহটো বাসগৃহ পোৱাৰ পিছতেই কান্দোনত ভাগি পৰিছে মাতৃ-পত্নী।
কান্দি কান্দি ঘনকান্তৰ মাতৃয়ে ক’লে –মোৰ ল’ৰা এনেকুৱা নাছিল। মই জানো। সি বহুত সাহসী আছিল। মাৰিবলৈ সি বুকু পাতি দিছে। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো তদন্ত কৰক সমগ্ৰ ঘটনাটো।
লগতে পঢ়ক: ‘ঘনকান্তই প্ৰথমে দেৱৰ্ষিক…’; হোটেল বিলাস ইন কাণ্ডৰ সন্দৰ্ভত সত্যেন্দ্ৰ পাঠকৰ চাঞ্চল্যকৰ বৰ্ণনা
