Voice of Eastern India

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি


সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ সময়সূচী সলনি

-উৎকট গৰমৰ বাবে শ্ৰীভূমিত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

-সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ সময়সূচী সলনি

-১৭ আগষ্টৰপৰা বলবৎ হ’ব পাঠদানৰ নতুন সময়সূচী

-প্ৰাথমিক স্কুলৰ পাঠদানৰ সময় পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ

-মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭:৩০ বজাৰ পৰা ১২:০০ বজালৈ

-High School & Senior Secondary শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ

-জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা

১. ৰ’দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব; শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইতহে পাতিব লাগিব

২. বিদ্যালয়ত পৰ্যাপ্ত খোৱাপানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS, ফাৰ্ষ্ট-এইড ৰাখিব লাগিব

৩. প্ৰচণ্ড ৰ’দত বাহিৰত কোনো ধৰণৰ খেলা-ধূলা, পেৰেড বা শাৰীৰিক ক্ৰিয়া-কলাপ কৰিব নোৱাৰিব

৪. শ্ৰেণীকোঠাত ফেন চলাটো নিশ্চিত কৰিব লাগিব

লগতে পঢ়ক : প্ৰচণ্ড গৰম; সলনি হ’ল এইখন জিলাৰ বিদ্যালয়ৰ সময়সূচী



Source link

Leave A Reply

Your email address will not be published.