Voice of Eastern India

অন্বেষা কাণ্ডৰ মাষ্টাৰমাইণ্ড অংকিত-আৰিয়ানক জে’ললৈ প্রেৰণ


যোৰহাটৰ অন্বেষা কাণ্ডৰ মাষ্টাৰমাইণ্ড অংকিত-আৰিয়ানক জে’ললৈ প্রেৰণ। ৰাজ্য কঁপোৱা এই ঘটনাৰ আন দুই অভিযুক্তক শুকৰবাৰে প্ৰেৰণ কৰা হৈছিল জে’ললৈ।

-অন্বেষা কাণ্ডৰ মাষ্টাৰমাইণ্ড অংকিত দাস আৰু আৰিয়ান গোস্বামীক জে’ললৈ প্রেৰণ

-আজি আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছতেই জে’ললৈ প্ৰেৰণ (Jorhat Anweshaa Death Case)

-জে’ললৈ যোৱাৰ সময়ত অংকিত দাসৰ বিস্ফোৰক স্বীকাৰক্তি

-মৃত অন্বেষাই নিজেই লগত লৈ আহি পার্টী কৰিবলৈ আহিছিল বুলি স্বীকাৰোক্তি (Assam Crime News)

-ইতিমধ্যে কালি জে’ললৈ প্ৰেৰণ কৰা হৈছিল আন দুই অভিযুক্ত অৰ্পিতা কাকতি আৰু মনালিছা নাথক

যোৰহাটত সংঘটিত এই ঘটনাই ৰাজ্য জোকাৰি গৈছিল

লগতে পঢ়ক: ‘মই তাইক মৰা নাই, বচাবলৈহে গৈছিলো’ ; প্ৰথমবাৰলৈ মুখ খুলিলে আৰিয়ান গোস্বামীয়ে



Source link

Leave A Reply

Your email address will not be published.