Voice of Eastern India

কাৰ্বি পৰম্পৰাৰে ডাঃ হাবে টেৰণৰ বিচাৰ!


DNA Test: কাৰ্বি পৰম্পৰা অনুসৰি ডাঃ হাবে টেৰণৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন। DNA টেষ্টত সন্তান বুলি প্ৰমাণিত হ’লেই সকলো খৰচ বহন কৰাৰ সিদ্ধান্ত ল’লে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে।

DNA Test: কাৰ্বি পৰম্পৰাৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিচাৰ প্ৰক্ৰিয়া কৰা হয়। ডংকামোকামস্থিত কাৰ্বি হেমতুনত বিচাৰ প্ৰক্ৰিয়াৰ পিছতে এটা সিদ্ধান্ত উপনিত হয়(DNA Test)।

‘DNA টেষ্টত নিজৰ সন্তান বুলি প্ৰমাণিত হলে সকলো খৰচ বহন কৰিব ডাঃ হাবে টেৰণে’। কাৰ্বি কাষ্টমাৰী ল’ৰ অধীনৰ “কাৰ্বি লংৰি ক্ৰেহিনি চাৰ হাবে আমাই”ৰ হাবেৰ মন্তব্য কৰিছে(DNA Test)।

এই বিচাৰ প্ৰক্ৰিয়াত ডাঃ হাবে টেৰণো উপস্থিত আছিল।  অভিযুক্ত আৰু অভিযোগকাৰীক উপস্থিত থাকিবলৈ দিয়া হৈছিল জাননী (DNA Test)।

লগতে পঢ়ক: 30 November Hearing : জুবিনৰ ন্যায়ৰ দাবীত উত্তাল জুবিন ক্ষেত্ৰ!৩০ নৱেম্বৰৰ শুনানিক লৈ সৰৱ অখিল গগৈ



Source link

Leave A Reply

Your email address will not be published.